Connectors (Or not Ok)
try Again
Tip1:hello
Lesson 111
Connectors (Or not Ok)
উপায়
=
সংযোজক (Connectors) এনেবোৰ শব্দ হয় যি দুটা বাক্য জোৰা লগায়. 'And', 'But' আৰু 'Or' connectors হয়.
=
And connector 'ৰ ব্যবহাৰ দুটা সমান বিচাৰৰ বাক্য জোৰা লগোৱা বাবে কৰা হয়.
Eg: It's very sunny today and the sky is blue. = আজি বহুত ৰ'দঘাই আৰু আকাশ নীলা হৈ আছে.
'আমি ভলিবল আৰু বাস্কেটবল খেলোঁ.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
We play volleyball and basketball.
We play volleyball or basketball.
We play volleyball but basketball.
We play volleyball so basketball.
'মই সাঁতোৰিব যাওঁ আৰু যোগাভ্যাস কৰোঁ.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
I go swimming or do yoga.
I go swimming so do yoga.
I go swimming and do yoga.
I go swimming but do yoga.
উপায়
I can speak Hindi but I can't speak English. = মই হিন্দী কব পাৰোঁ, কিন্তু ইংৰাজী কব নোৱাৰোঁ.
'But' connector 'ৰ ব্যবহাৰ দুটা পৰস্পৰ বিৰোধী বিচাৰৰ বাক্য যোৰা লগাবলৈ কৰা হয়.
=
'মই গাড়ী চলাব পাৰোঁ, কিন্তু সাঁতোৰিব নোৱাৰো.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
I can drive or I can't swim.
I can drive but I can't swim.
I can drive and I can't swim.
I can drive so I can't swim.
'মই টেনিচ খেলি ভাল পাওঁ. কিন্তু চাই ভাল নাপাওঁ.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক;
I like to play tennis and I don't like watching it.
I like to play tennis so I don't like watching it.
I like to play tennis or I don't like watching it.
I like to play tennis but I don't like watching it.
উপায়
Would you like to have pasta or pizza? = আপুনি পাস্তা খাই ভাল পাৱ নে পিজ্জা?
'Or' connector 'ৰ ব্যবহাৰ বাক্যত বিকল্প দিয়া সময়ত কৰা হয়. ইয়াত পাস্তাৰ বাহিৰে পিজ্জাও বিকল্প ৰূপে দিয়া আছে, সেই বাবে 'or' ব্যবহাৰ কৰা হৈছে.
=
'আপুনি ঘৰত থাকিব বিচাৰে নে বাহিৰলৈ যাব বিচাৰে?' ৰ ইংৰাজী অনুবাদ চয়ন কৰক;
Would you like to stay at home so go out?
Would you like to stay at home but go out?
Would you like to stay at home and go out?
Would you like to stay at home or go out?
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I can't speak Spanish, ______
and
but
or
so
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I have got 2 brothers ______
and
but
or
so
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Are you married? ______
and
but
or
so
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I enjoy watching T.V. ______
and
but
or
so
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Are you right handed ______
and
but
or
so
মোহন ৫৫ বছৰৰ কিন্তু সি দেখাত যঠেষ্ট ডেকা.
    • 55 years old
    • he looks
    • and
    • Mohan is
    • but
    • quite young.
    আপুনি ক্ৰিকেট বেছি ভাল পায় নে হকী?
    • like
    • or
    • and
    • Do you
    • Cricket more
    • Hockey?
    মই বাৰ্গাৰ ভাল পাওঁ কিন্তু মোৰ ভাইটিয়ে ভাল নাপায়.
    • burgers
    • doesn't like them.
    • and
    • my brother
    • I like
    • but
    আমাৰ ঘৰ আছে কিন্তু গাড়ী নাই.
    • a house
    • don't have
    • and
    • we have
    • a car.
    • but we
    তাই ঘৰলৈ আহি আছে নে বাহিৰলৈ গৈ আছে?
    • or
    • but
    • is she
    • going out?
    • and
    • coming home
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ