Modals: would, shall, will, can, could
try Again
Tip1:hello
Lesson 113
Modals: would, shall, will, can, could
উপায়
Would you like to have something? = আপুনি কিবা খাবলৈ ভাল পাব নে?
যদি কোনো ব্যক্তিক কোনো ধৰনৰ সহায় বা কিবা খোৱা বস্তু দিয়া হয়, তেনেহেলে এনে প্ৰশ্নবোধক বাক্য 'would' বা 'shall' পৰা আৰম্ভ হয়. ইয়াৰ বাহিৰে 'would' বা 'shall' 'ৰ ব্যবহাৰ বিনম্ৰতা প্ৰকাশ কৰা সময়তো কৰা হয়.
=
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
______
Would you
Can you
Are you
Do you
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
______
May you
Could you
Can you
Would you
উপায়
মই আপোনাক আহাৰ বনোৱাত সহায় কৰিম. = I will help you in cooking.
যদি আপুনি আনৰ সহায় কৰা কথা দিয়ে তেতিয়া 'will' ব্যবহাৰ কৰা হব.
=
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I ______
do help
will help
does help
helps
'মই পাচলি আনি দিওঁ নে?' ৰ ইংৰাজী অনুবাদ চয়ন কৰক;
Did I get the vegetables?
Will I get the vegetables?
Am I get the vegetables?
Shall I get the vegetables?
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
______
Are you
Would you
You are
Does you
'মই পাউৰুটী কাটি দিম নে?' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
Would I slice the bread?
Can I slice the bread?
Am I slice the bread?
Shall I slice the bread?
'তুমি পিজ্জা ভাল পাবা নে?' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
Would you like a pizza?
Shall you like a pizza?
Can you like a pizza?
Do you like a pizza?
'আপুনি কফি ভাল পাব নে??' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
Would you like to have some coffee?
Do you like to have some coffee?
Shall you like to have some coffee?
May you like to have some coffee?
'তুমি মোৰ লগত আহি ভাল পাবা নে?' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
May you like to come with me?
Do you like to come with me?
Would you like to come with me?
Are you like to come with me?
'আমি ওলাওঁ নে?' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
Would we leave?
Shall we leave?
Will we leave?
Are we leave?
আপুনি ভাল পাব নে যদি মই আপোনাৰ সহায় কৰোঁ?
    • like me
    • shall you
    • help you?
    • would you
    • do you
    • to
    মই গৃহতল চাফা কৰিবলৈ আপোনাৰ সহায় কৰিম.
    • help you
    • Should I
    • I will
    • cleaning the floor.
    • I do
    • in
    মই আপোনালৈ ইস্ত্ৰি লৈ আহোঁ নেকি?
    • I get
    • for you?
    • shall
    • would
    • an iron
    • am
    মই কাপোৰ কিনিবলৈ আপোনাৰ সহায় কৰি দিম
    আপুনি ইয়াত থাকি ভাল পাব নে?
    মই আপোনাৰ পেকিঙত সহায় কৰি দিম.
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ