মোৰ শনিবাৰৰ plan
try Again
Tip1:hello
Lesson 127
মোৰ শনিবাৰৰ plan
সংলাপ শুনক
Hi, What do you do on weekends?
হায়, তুমি সপ্তাহান্তত কি কৰা?


There are a lot of things to do on Saturday mornings.
শনিবাৰ ৰাতিপুৱা বহুত কাম থাকে কৰিবলৈ.


For instance?
উদাহৰণৰ বাবে?


I get up early but I don't make my bed. My wife makes my bed for me.
মই ৰাতিপুৱা সোনকালে সাৰ পাওঁ কিন্তু বিছনা নবনাওঁ. মোৰ বিছনা মোৰ ঘৈনিয়েকে বনায়.


That's nice of her.
এইটো তেখেতৰ ভদ্ৰতা.


Then I prepare sanwiches and we all have breakfast.
তাৰ পিছত মই সেণ্ডৱিচ বনাওঁ আৰু আমি সকলোৱে প্ৰাতৰাশ কৰোঁ.


Then who washes the breakfast dishes?
তাৰ পিছত প্ৰাতৰাশৰ বাচন কোনে চফা কৰে?


I do not do the breakfast dishes, my maid does them, and she also tidies up the house.
মই প্ৰাতৰাশৰ বাচন চাফা নকৰোঁ. মোৰ লিগিৰীয়ে চাফা কৰে, আৰু তাই ঘৰো চাফা কৰে.


She=তাই
is=আছে
working=কাম কৰি
this=এই
weekend.=ৱীকেণ্ড/সপ্তাহৰ অন্ত/সাপ্তাহন্ত
'মই নিজৰ বিছনা নবনাওঁ.' 'ৰ ইংৰাজী অনুবাদ কি হব?;
I don't made my bed.
I don't make my bed.
I don't create my bed.
I am not make my bed.
'মোৰ লিগিৰীয়ে বাচন চাফা কৰে.' 'ৰ ইংৰাজী অনুবাদ কি হব?;
My made does the dishes.
My maid do the dishes.
My maid does the dishes.
My maid does washes the dishes.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Pooja ______
cleans
clean
cleanliness
cleaning
'মই সপ্তাহান্তত নিজৰ বন্ধু-বান্ধৱৰ লগত ফুৰা ভাল পাওঁ.' 'ৰ ইংৰাজী অনুবাদ কি হব?;
I like to hanging out with my friends on weekends.
I like hanging out with my friends on weekends.
I like hanging out with my friends in weekends.
I like hang out with my friends on weekends.
'For instance' 'ৰ অনুবাদ কি হব?
এক ক্ষণৰ বাবে.
উদাহৰণৰ বাবে.
সপ্তাহান্তত মই নিজৰ বিছনা নিজেই বনাওঁ.
    • myself on
    • my
    • I make
    • bed
    • me
    • weekends.
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    I prefer ______
    relaxed
    relax
    relaxing
    to relaxed
    সংলাপ শুনক
    I was wondering what keeps you busy on Saturdays?
    মই ভাবি আছিলো তোমাক শনিবাৰটোত কিহে ব্যস্ত ৰাখে?


    I clean the carpet, wash the floor, and collect all the rubbish.
    মই ঢাৰি চফা কৰোঁ, গৃহতল ধুই দিওঁ, আৰু জাবৰ-ভোবৰ একগোট কৰোঁ.


    Then what does Raj do?
    তাৰ পিছত ৰাজে কি কৰে?


    Raj goes outside and empties the dustbin.
    ৰাজে বাহিৰলৈ গৈ ডাষ্টবিন খালী কৰে.


    What else, apart from that?
    তাৰ বাহিৰে?


    He also goes to give the clothes for laundry.
    সি কাপোৰ লণ্ড্ৰীত দিবলৈও যায়.


    What do you do in the evening?
    তুমি গধুলি কি কৰা?


    We go out to hangout with friends.
    আমি বন্ধু-বান্ধৱৰ লগত ফুৰিবলৈ যাওঁ.


    I was wondering=মই ভাবি আছিলো
    if=যদি
    you are free=আপুনি ফ্ৰি আছে
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    What does your husband do ______
    than
    else
    then
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    He ______
    do
    has to
    has
    have to
    'আপুনি ম'ল যোৱাৰ বাহিৰে আৰু কি কৰে?' ৰ ইংৰাজী অনুবাদ কি হব?;
    What else do you do apart from going to the mall?
    What do you do else going to the mall?
    What do you do else from going to the mall?
    What apart do you do part from going to the mall?
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    Weekends ______
    is a lot of
    are many
    are a lot
    'তেওঁলোক ফুৰিবলৈ গৈছে' ৰ ইংৰাজী অনুবাদ কি হব?
    They are going to hangout.
    They are going to hangouts.
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ