Friendship: বন্ধুত্বৰ ওপৰত বাৰ্তালাপ
try Again
Tip1:hello
Lesson 164
Friendship: বন্ধুত্বৰ ওপৰত বাৰ্তালাপ
সংলাপ শুনক
Hello Ram, what qualities should a good friend have?
হেল্লো ৰাম, এজন ভাল বন্ধুত কি গুণ হব লাগে?


The most important quality a friend should have is a good sense of humour.
এজন ভাল বন্ধুৰ সবাতোকৈ গুৰুত্বপূৰ্ণ গুণ হয় যে সি ফূৰ্তিবাজ হব লাগে.


That's true! A person who can make you laugh when you are unhappy.
এইটো সঁচা! এজন মানুহ যিজনে আপোনাৰ হাঁহি উঠাব পাৰে যেতিয়া আপুনি দুখত থাকে.


Yes. Also, a friend should be someone you can trust and confide in.
হয়, এজন বন্ধু যিজনক আপুনি ভৰসা কৰিব পাৰে আৰু বিশ্বাস কৰিব পাৰে.


Exactly, someone with whom you can talk about anything and express your feelings.
একদম ঠিক. কোনোবা, যিজনৰ লগত আপুনি কোনো বিষয়ৰ ওপৰত চৰ্চা কৰিব পাৰে আৰু আপোনাৰ অনুভৱ ব্যক্ত কৰিব পাৰে.


A friend should also have common sense and should be mature enough to handle difficult situations.
বন্ধুজনত সাধাৰণ বিবেচনাও হব লাগে আৰু কঠিন স্থিতি পাৰ হবলৈ পৰিপক্ক হব লাগে.


You have all these qualities and you have always been a good friend to me.
তোমাৰ এই সকলো গুণ আছে আৰু তুমি সদায়েই মোৰ ভাল বান্ধৱী.


উপায়
=
Good sense of humor ৰ অসমীয়াত কোনো চিধা অনুবাদ নায়. কিন্তু আমি কব পাৰো যে ব্যক্তিজন বহুত চোকা আৰু ধেমেলীয়া.
এই বাক্যটো সদায় সকাৰাত্মক ৰূপত কোৱা হয়.
=
He makes me laugh.=সি মোৰ হাঁহি উঠায়.
'মোৰ সবাতোকৈ ভাল বন্ধুৱে মোৰ হাঁহি উঠায়. ' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
My best friend makes me laugh a lot.
My best friend laughs me a lot.
My best friend does me laugh a lot.
My best friend laughs at me a lot.
'এজন আচল বন্ধুৱে আপোনাক কঠিন পৰিস্থিতিত সুৰক্ষিত অনুভৱ কৰায়.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
A real friends makes you feel safe in difficult situations.
A real friend does you feel safe in difficult situations.
A real friend makes you feel safe in difficult situations.
A real friend do you feel safe in difficulty situations.
'মোৰ বন্ধুৱে মোৰ গুপ্ত কথা আনক নকয়.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
My friend doesn't revealed my secrets to anyone.
My friend doesn't reveal my secrets to anyone.
My friend doesn't reveal my secrets with anyone.
My friend doesn't reveal mine secrets to anyone.
'সি নিজৰ বন্ধু সকলৰ ওপৰত বিশ্বাস কৰিব লাগে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
He would have faith in his friends.
He should have faith in his friend.
He should has faith in his friends.
He should have faith in his friends.
'আমাৰ এনে বন্ধু হব লাগে যিজনৰ লগত আমি আমাৰ সমস্যাবোৰ জনাব পাৰো.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক;
We should have friends with whose we can share our problems.
We should have friends with whom we can share our problems.
We should have friends with who's we can share our problems.
We should have friends from whom we can share our problems.
'আপোনাৰ অলপ সাধাৰণ বিবেচনা থাকিব লাগে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
You should have some common sense.
You should have few common sense.
You should have some common senses.
You should have some mutual sense.
সাধাৰণ বিবেচনা
বিশ্বাস
কঠিন পৰিস্থিতি সমূহ.
মোৰ বন্ধু জনে মোক ভাল অনুভৱ কৰাবলৈ চেষ্টা কৰি আছে.
    • feel better.
    • is trying
    • to make
    • my friend
    • me
    • try
    মই তোমাক বিশ্বাস কৰিব পাৰো .
    • I
    • in
    • trust
    • you.
    • do
    • can
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ