Wishes and regrets: ইচ্ছা আৰু অনুশোচনা
try Again
Tip1:hello
Lesson 171
Wishes and regrets: ইচ্ছা আৰু অনুশোচনা
উপায়
=
এই পাঠৰ ভিতৰত আমি আমাৰ ইচ্ছা, অনুশোচনা আৰু আপত্তি প্ৰকাশ কৰা শিকিম.
=
If only/I wish থকা বাক্য তিনি ধৰনৰ:
1) ইচ্ছা (wish) জনোৱা - যত বৰ্তমান বা ভবিষ্যৎ কাল, ভূত কাল দ্বাৰা দেখোৱা হয়.
2) অনুশোচনা (regrets) জনোৱা বাক্য - যি 'if only/ I wish + Past perfect' দ্বাৰা দেখুওৱা হয়.
3) আপত্তি (complaints) থকা বাক্য - যি 'would + verb' দ্বাৰা দেখুওৱা হয়.
I wish=মই কামনা কৰোঁ / যদি
I were=মই হলো হেতেন
a millionaire.=এজন লাখপতি.
উপায়
I wish I were a millionaire. = যদি মই এজন লাখপতি হলো হেতেন.
ইচ্ছা প্ৰকাশ কৰা: এনেবোৰ বাক্যত 'If only/I wish' দুয়োটা ব্যবহাৰ কৰিব পাৰি.

এইবোৰ বাক্যত বৰ্তমান বা ভবিষ্যৰ ইচ্ছা ভূত কালত দেখুওৱা হয়.

ভূত কাল দেখায় যে আমি অবাস্তৱ ইচ্ছাৰ বিষয়ে চৰ্চা কৰি আছোঁ.
'To be' verb 'ত 'were' ব্যবহাৰ কৰা হয় যদিও 'subject' একবচন হয় বা বহুবচন.
=
'যদি মই কম্পিউটাৰ চলাব জানিলো হেতেন.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
If only I knew how to use a computer.
If only I know how to use a computer.
If only I known how to use a computer.
If only you knew how to use a computer.
উপায়
=
অনুশোচনা জনোৱা: ভূতকালত অনুশোচনা জনাবলৈও 'If only/I wish' দুয়োটাই ব্যবহাৰ কৰিব পাৰি. কিন্তু বাক্যটো 'past perfect' 'ত থাকে.
If only I had woken up early = যদি মই সোনকালে উঠিলো হেতেন
'যদি মই সোনকালে উঠিলো হেতেন' কিন্তু মই নুঠিলো আৰু বাচ এৰি দিলো\'. এইটো এটা অনুশোচনা জনোৱা বাক্য. আৰু যাতে এই ঘটনাটো ভূতকালত হৈ গল সেই বাবে past perfect বাক্য হব.
'যদি মই তুমি আহিবা বুলি জানিলো হেতেন.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
If only I have known you are coming.
If only I had know you are coming.
If only I had known you are coming.
If only I had knew you are coming.
উপায়
=
আপত্তি সম্বন্ধীয় বাক্য: বৰ্তমানৰ এনে কিছু ঘটনা যি আমি সলাব পাৰি বা কোনো ঘটনাৰ বাবে খং বা দুখ দেখাবলৈ বাক্যত 'If only/I wish' দুয়ো ব্যৱহাৰ কৰিব পাৰি আৰু 'would + verb (present form)' আহিব.
I wish you wouldn't arrive so late all the time = যদি আপুনি সদায় ইমান দেৰীকে আহি নাপালে হেতেন.
'যদি আপুনি নোসোধাকৈ মোৰ কাপোৰ নললে হেতেন.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
I wish you didn't take my clothes without asking.
I wish you wouldn't take my clothes without asking.
I wish you were not take my clothes without asking.
I wish you wouldn't took my clothes without asking.
'যদি তাই মোৰ ঘৈণীয়েক হল হেতেন.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
I wish she was my wife.
I wish she were my wife.
I wish she were your wife.
I wishes she were my wife.
'নেহায়ে ভাল গ্ৰেড/মান নাপালে. যদি তাই আৰু অধিক পৰিশ্ৰম কৰিলে হেতেন.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
Neha didn't get a good grade. Wish she has worked harder.
Neha didn't get a good grade. Wish she had work harder.
Neha didn't get a good grade. Wish she did worked harder.
Neha didn't get a good grade. Wish she had worked harder.
'যদি মই মৰি গলো হেতেন.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
I wish I were dead.
I wish I was dead.
I wish I were die.
I wishes I were dead.
'যদি মই কি কৰিব লাগে জানিলো হেতেন.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
I wish I knew what to do.
I wish I know what to do.
I wish I were knew what to do.
If wish I knew what to do.
'যদি তাই মাত্ৰ এতিয়া নিজৰ পুতেকক চাব পাৰিলে হেতেন.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
If only she can see her son now.
If only she were see her son now.
If only she could see her son now.
If only she was see her son now.
'যদি মই সমগ্ৰ চকলেট নাখালো হেতেন. মই অসুস্থ অনুভৱ কৰি আছোঁ.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
I wish I hadn't eaten all chocolates. I feel sick.
I wish I hadn't eat all chocolates. I feel sick.
I wish I didn't eaten all chocolates. I feel sick.
I wish I had eaten all chocolates. I feel sick.
'আপুনি যদি ইমান দূৰত নথকা হেতেন.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
I wish you didn't lived so far away.
I wish you don't live so far away.
I wishes you didn't live so far away.
I wish you didn't live so far away.
প্ৰযোজ্য শব্দ লই খালি ঠাই পূৰণ কৰক.
I wish you ______
would give up
would gave up
had gave up
প্ৰযোজ্য শব্দ লই খালি ঠাই পূৰণ কৰক.
I wish I ______
didn't had
didn't have
don't have
প্ৰযোজ্য শব্দ লই খালি ঠাই পূৰণ কৰক.
I wish I ______
had study
studied
had studied
have studied
প্ৰযোজ্য শব্দ লই খালি ঠাই পূৰণ কৰক.
I wish it ______
rained
had rained
would rained
would rain
=
!
শুনক
উপায়
পৰৱৰ্ত্তী শব্দ