Would: Conditional
try Again
Tip1:hello
Lesson 179
Would: Conditional
উপায়
If I were rich, I wouldn't have to work hard = যদি মই ধনৱান হলো হেতেন, তেনেহলে মই কঠিন পৰিশ্ৰম কৰা দৰকাৰ নহল হেতেন.
যদি মই ধনৱান হলো হেতেন = unreal condition (অনিশ্চিত/কাল্পনিক পৰিস্থিতি: বক্তা এই সময়ত ধনৱান নহয়).
'If I were rich' = Conditional clause.
Unreal condition 'ত 'conditional clause' 'ৰ সংৰচনা: If + Simple past.
Note: If I were rich -> কাৰণ এইটো এটা কাল্পনিক স্থিতি, সেই বাবে ইয়াত 'was' 'ৰ জেগাত 'were' লগোৱা হৈছে.
'Was' ভূল নহয়, কিন্তু যেতিয়া আমি কাল্পনিক বা অবাস্তৱিক স্থিতিৰ বিষয়ে চৰ্চা কৰোঁ তেতিয়া, একবচন বিশেষ্য/সৰ্বনামৰ লগত 'were' লগোৱা হয়.

I wouldn't have to work hard = পৰিস্থিতিৰ (condition) সম্ভাৱিত পৰিণাম (main clause).
I wouldn't have to drive if I had a driver = মই গাড়ী চলাব দৰকাৰ নহল হেতেন যদি মোৰ ওচৰত চালক এজন হল হেতেন.
কোনো অনিশ্চিত (কাল্পনিক) পৰিস্থিতিৰ সম্ভাৱিত পৰিণামৰ বিষয়ে চৰ্চা কৰিবলৈ আমি 'would' + ক্ৰিয়াৰ বদলি নোহোৱা ৰূপ ব্যবহাৰ কৰোঁ.
যদি মোৰ ওচৰত এজন চালক হল হেতেন = অনিশ্চিত (কাল্পনিক) পৰিস্থিতি (unreal condition).
মই মই গাড়ী চলাব দৰকাৰ নহল হেতেন = পৰিস্থিতিৰ সম্ভাৱিত পৰিণাম.
প্ৰযোজ্য শব্দ লৈ খালি ঠাই পূৰণ কৰক.
If I spoke English, I ______
would
am
have
does
'যদি তুমি সোনকালে শোবলৈ গলা হেতেন, তেতিয়া তুমি ইমান ভাগৰুৱা নহলা হেতেন.' 'ৰ ইংৰাজীত শুদ্ধ অনুবাদ চয়ন কৰক.
If you went to bed earlier, you would not be so tired.
If you went to bed earlier, you are not so tired.
'বতৰ ইমান বেয়া নথকা হলে, আমি উদ্যানলৈ গলো হেতেন.' 'ৰ ইংৰাজীত শুদ্ধ অনুবাদ চয়ন কৰক.
If the weather isn't so bad, we would go to the park.
If the weather wasn't so bad, we would go to the park.
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
If I ______
knew
would knew
know
was knew
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
If I were taller, I ______
would wore
would worn
was wore
would wear
উপায়
I would have taken a picture of the cat if I had seen it. = মই মেকুৰীটো দেখা হলে তাৰ ফটো তুলি ললো হেতেন.

ইয়াত বক্তায়ে মেকুৰীটো নেদেখিলে, কিন্তু সি কৈ আছে যে 'মই দেখা হলে ফটো ললো হেতেন'.
=
আমি এনে ঘটনাৰ পৰিণামৰ চৰ্চা কৰিবলৈ হলে, যি আচলতে Past tense 'ত হৈ থকা নাই, আমি মুখ্য বাক্যত 'would have' + 'Past participle' ব্যবহাৰ কৰোঁ. Eg: 'যদি মই দেখিলো হেতেন তেতিয়া মই ফটো তুলি ললো হেতেন'.
আগৰ সময়ত, বক্তায়ে মেকুৰীটো নেদেখিলে, কিন্তু সি জনাব চেষ্টা কৰি আছে যে এই ঘটনা হলে, সি কি কৰিলে হেতেন.
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
If I had lived a hundred years ago, I ______
not would have
wouldn't had
wouldn't have
wouldn't has
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
The tourists ______
wouldn't have be able
wouldn't had been able
wouldn't have been able
wouldn't have able
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
If I had known it was your seat, I ______
wouldn't have sit
wouldn't have sat
wouldn't had sit
wouldn't not have sat
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
If you had warned me, I ______
wouldn't have tell
wouldn't have told
wouldn't told
wouldn't had told
মই সোনকালে শোবলৈ যোৱা হলে, মই ট্ৰেনত ওঠিলো হেতেন.
    • go to bed early
    • went to bed early
    • If I had
    • caught the train.
    • I would have
    • gone to bed early
    প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
    If you had studied harder, you ______
    would have passed
    would have pass
    would had passed
    would had pass
    প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
    If she hadn't been driving slowly, she ______
    would have
    would have had
    would had
    would had have
    আপুনি কি কৰিব যদি আপুনি তাৰ ঠিকনা পাই যায়?
    • find his
    • what would you do,
    • address?
    • what would you did
    • if you
    • what would you done
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ