First/Real conditional
try Again
Tip1:hello
Lesson 180
First/Real conditional
উপায়
=
Conditional Sentences, এটা স্থিতি আৰু সেই স্থিতিৰ হিচাপে তাৰ পৰিণাম দেখায়. যদি স্থিতিৰ সঁচা হোৱা সম্ভাৱনা আছে, তেনেহলে এনেবোৰ sentence 'ক 'Real conditional sentences/ First conditional sentence' বুলি কোৱা হয়.
Real condition = আচন স্থিতি.

Condition দেখাবলৈ প্ৰায় বাক্য 'if' 'ৰ পৰা আৰম্ভ হয়.
If = যদি.
If I see Peter, I'll tell him to call you. = যদি মই পীটাৰক দেখোঁ, তেনেহলে মই তাক কই দিম যে তুমাক ফোন কৰে.

ইয়াত 'I' ৰ পীটাৰক ভবিষ্যত লগ কৰা সম্ভাৱনা আছে, সেই বাবে ই 'real' condition (আচল স্থিতি) হয়.
ইয়াত, If I see Peter (যদি মই পীটাৰক দেখোঁ) = Conditional Clause
I'll tell him to call you (মই তাক কই দিম যে তুমাক ফোন কৰে) = Main Clause.
'যদি বৰষুন পৰে, মই স্কূললৈ নাযাওঁ.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
If it rains, I won't goes to school.
If it rains, I won't go to school.
If it rain, I won't go to school.
If it rains, I won't gone to school.
'যদি মই পঢ়ি শেষ কৰোঁ, তেনেহলে আজি ৰাতি পাৰ্টীলৈ যাম.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
If I finish studying, I'll go to the party tonight.
If I finish study, I'll go to the party tonight.
If I finish studying, I'll goes to the party tonight.
If I am finish studying, I'll go to the party tonight.
উপায়
If you are in a hurry, I will call a taxi = যদি আপুনি বেগাবেগিত আছে, মই টেক্সী মাতি আনিম.
যদি 'if' 'ৰ পৰা আৰম্ভ হোৱা বাক্যৰ বৰ্তমানত সঁচা হোৱা সম্ভাৱনা আছে, তেনেহলেও 'first/real conditional' ব্যবহাৰ কৰা হয়.
=
বাক্যত 'you'ৰ বৰ্তমানত দেৰীকে হোৱা (বা সোনকালে হোৱা) সম্ভাৱনা আছে.
'যদি আপুনি ভোকাতুৰ, তেনেহলে মই আপোনাৰ বাবে খানা বনাই দিম.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
If you are hungry, I am cook for you.
If you will hungry, I will cook for you.
If you are hungry, I will cooking for you.
If you are hungry, I will cook for you.
উপায়
If you need a ticket, I can get one for you = যদি আপোনাৰ টিকেটৰ আৱশ্যকতা, তেনেহলে মই আপোনাৰ বাবে এখন আনি দিব পাৰি.
'Real/first conditional' 'ৰ ব্যবহাৰ কিবা যাচিবলৈ বা পৰামৰ্শ দিবলৈ ব্যবহাৰ কৰা হয়.
=
ইয়াত টিকেট আনিবলৈ যাচা হৈছে.
'যদি আপুনাক এখন কিতাপ লাগে, তেনেহলে মই আপোনাৰ বাবে লৈ আহিব পাৰি.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
If you needed a book, I can get one for you.
If you need a book, I can get one for you.
If you are need a book, I can get one for you.
If you need a book, I am get one for you.
উপায়
If you don't behave well, you will regret it. = যদি আপুনি ভাল আচৰণ নকৰে, তেনেহলে আপুনি পশ্চাতাপ কৰিব.
সতৰ্কবাণী দিবলৈ হলেও 'Real/first conditional' ব্যবহাৰ কৰা হয়.
=
সংৰচনা:
'If+subject+Simple Present + subject'+'will/won't'.
'যদি আপুনি নিয়মৰ পালন নকৰে, তেনেহলে আপোনাক দণ্ড দিয়া হব দণ্ড দিয়া হব.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
If you don't follow the rules, you will be punish.
If you doesn't follow the rules, you will be punished.
If you don't follow the rules, you will be punished.
If you don't follow the rules, you could be punished.
উপায়
If you are studying for the test, I'll come back later. = যদি আপুনি পৰীক্ষাৰ বাবে পঢ়ি আছে তেনেহলে মই পিছত আহিম.


'If' 'ৰ পৰা আৰম্ভ হোৱা বাক্যাংশত ক্ৰিয়া '+ing' ও ব্যবহাৰ কৰিব পাৰি.
=
'যদি আপুনি শোই আছে তেনেহলে মই আপোনাক দিগদাৰ নিদিওঁ.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
If you are sleeping, I won't disturb you.
If you sleep, I won't disturb you.
If you are sleeping, I won't disturbed you.
If you are sleeping, I won't not disturb you.
উপায়
If I arrive before 5, I will give Neha the message. = যদি মই ৫টা বজাৰ আগত আহি পাওঁ তেনেহলে মই নেহাক সন্দেশ দি দিম.
যদি আমি কোনো ঘটনা ঘটা বিষয়ে কম নিশ্চিত, তেনেহলে 'if' 'ৰ পৰা আৰম্ভ হোৱা বাক্যত 'will' ও ব্যবহাৰ কৰিব পাৰি. ইয়াত 'I' ৰ ৫টা বজাৰ আগত আহি পোৱাৰ সম্ভাৱনা.
If I should arrive before 5, I will give Neha the message/
Should I arrive before 5, I will give Neha the message
= যদি মই ৫টা বজাৰ আগত আহি পাওঁ তেনেহলে মই নেহাক সন্দেশ দি দিম.
ইয়াত 'I' ৰ ৫টা বজাৰ আগত আহি পোৱাৰ সম্ভাৱনা কম, সেই বাবে 'should' ব্যবহাৰ কৰা হৈছে.
উপায়
You will miss the bus if you don't run = যদি আপুনি দৌৰ নামাৰে, তেনেহলে আপুনি বাচ এৰি দিব.
নাকাৰাত্মক 'first conditional' বাক্যত 'if + not/don't' 'ৰ জেগাত 'unless' ব্যবহাৰ কৰিব পাৰি.
You will miss the bus unless you run = যদি আপুনি দৌৰ নামাৰে, তেনেহলে আপুনি বাচ এৰি দিব.
'Unless' ব্যবহাৰ কৰিলে, নাকাৰাত্মক স্থিতি আগতীয়াকৈ স্পষ্ট, সেই বাবে 'don't' লগোৱা আৱশ্যকতা নাই.
'যদি আপুনি সাৱধান হৈ নাথাকে তেনেহলে আপুনি নিজকেই আহত কৰি লব.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
You will hurt yourself unless you are not careful.
You will hurts yourself unless you are careful.
You will hurt yourself unless you are careful.
You will hurt yourself unless you will careful.
'যদি মই দহটাৰ পিছত গৈ পাওঁ তেনেহলে মই আপোনাক লগ কৰিব নোৱাৰি.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
If I should reached after 10, I won't be able to meet you.
If I should reach after 10, I won't be able to meet you.
If I reach before 10, I won't be able to meet you.
Should If I reach after 10, I won't be able to meet you.
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
If the weather is good tomorrow, we ______
are go
will go
will going
are gone
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
If you ______
work
works
worked
working
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
If we go for a walk tomorrow, ______
tell
tells
told
you told
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
You ______
won't not be late
won't be later
won't late
won't be late
প্ৰযোজ্য শব্দ লই খালি ঠাই পুৰ কৰক.
I will be very angry, if you ______
does
done
do
did
যদি আপোনাৰ দেৰী হৈছে তেনেহলে মই আপোনাক থই আহিম.
    • late, I am
    • late, I will
    • you are getting
    • drop you.
    • if
    • you are get
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ