পৰামৰ্শ আৰু ৰায়: Should, Ought to
try Again
Tip1:hello
Lesson 213
পৰামৰ্শ আৰু ৰায়: Should, Ought to
উপায়
She should quit smoking = তাই ধূমপান কৰা এৰি দিব লাগে.
You ought to visit us on weekends = তুমি আমাক সপ্তাহান্তত লগ কৰিব আহিব লাগে.
'Should' আৰু 'ought to' ৰ use 'কি কৰা ভাল' বা 'কি কৰা ঠিক?' জনাবলৈ কৰা হয়.
'তেওঁলোকে জিমখানা যাবলৈ আৰম্ভ কৰি দিব লাগে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
They ought to start gymming.
They ought start gymming.
They ought to starts gymming.
They ought to starting gym.
উপায়
You ought not to go alone = তুমি অকলে যাব নালাগে.
You should not go alone = তুমি অকলে যাব নালাগে.
'Should' আৰু 'ought to' ৰ use 'কি কৰিব নালাগে?' বিষয়ে পৰামৰ্শ দিবলৈও কৰা হয়.
মন কৰিব যে 'ought + not + to' ব্যৱহাৰ কৰা হয় - 'not' মাজত আহে.
'তেওঁলোকে কাৰ মুখ্য দুৱাৰৰ সমুখত ৰখাব নালাগে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
They should not to park the car in front of the main entrance.
They should not park the car in front of the main entrance.
They could not park the car in front of the main entrance.
They might not park the car in front of the main entrance.
'নেহায়ে আমাক আগতেই কব লাগিছিল.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
Neha should told us earlier.
Neha should have to told us earlier.
Neha should have tell us earlier.
Neha should have told us earlier.
'তুমি তোমাৰ দেউতাৰ কথা শুনিব লাগে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
You ought to listen your father.
You ought to be listen to your father.
You ought to listen to your father.
You ought to listened your father.
উপায়
I think I ought to leave now = মোৰ মতে মই এতিয়া ওলাব লাগে.
Do you think we should leave now? = তোমাৰ মতে আমি এতিয়া ওলাব লাগে নেকি?

কোনো situation 'ত আনৰ পৰামৰ্শ লবলৈ বা দিবলৈও 'should' আৰু 'ought to' use কৰিব পাৰি.
এনে বাক্যবোৰ প্ৰায় 'I think', 'I don't think', 'Do you think' দ্বাৰা আৰম্ভ কৰা হয়.
উপায়
I should have cleaned the house = মই ঘৰ চফা কৰি দিব লাগিছিলে.
I ought to have bought her a gift = মই তাইৰ বাবে উপহাৰ এটা কিনিব লাগিছিল.
যদি অতীতত কোনোবাই কিবা ভুল কৰিছে, তেনেহলে আমি 'should have/ought to have + past participle' ব্যৱহাৰ কৰোঁ.
'আমি কাপোৰৰ ওপৰত ইমান খৰচ কৰিব নালাগিছিলে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
We should not have spent that much on the clothes.
We should not has spent that much on the clothes.
We should not have spend that much on the clothes.
We could not have spent that much on the clothes.
'মই সোনকালে ঘৰলৈ আহিব লাগিছিলে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
I ought have come home earlier.
I ought to have came home earlier.
I ought to have come home earlier.
I ought to has come home earlier.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
They ______
should
should had
should have
should to
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
We ______
should to
should have
ought to
ought
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
He ______
should have study
should has studied
should have studied
should have studyed
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I ______
should not to have had
should not has had
should not have have
should not have had
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
She ______
ought not have gone
ought not to have go
ought not to have gone
ought not to has gone
তেওঁলোকে সময়ত আহি যাব লাগিছিলে.
    • time.
    • should have
    • on
    • came
    • come
    • they
    আমি যাতায়তৰ নিয়ম উল্লঙ্ঘন কৰিব নালাগিছিলে.
    • the traffic rules.
    • ought
    • to
    • we
    • have broken
    • not
    তেওঁলোকে ভোজন ভাল দৰে চোবাই খাব লাগে.
    • the food
    • chew
    • they
    • chewed
    • should
    • well.
    তুমি আমাৰ লগত আহিব লাগে.
    আমি ঘৰলৈ যাব লাগে.
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ