A sales call: Pitching your product
try Again
Tip1:hello
Lesson 260
A sales call: Pitching your product
'মই ABC ট্ৰেভেলছৰ পৰা কৈছো, মই আপোনাক আমাৰ আটাইতকৈ নতুন পেকেজৰ বিষয়ে জনাব বিচাৰিছো.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
I am from ABC Travels, I would like to tell you about our latest package.
I am from ABC Travels, I would like to tell you about our the latest package.
'আমি শেহতীয়াকে ইউৰোপলৈ কেইটামান নতুন পেকেজ আৰম্ভ কৰিছো.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
We have recently launched some new packages for Europe.
We have recently been launched some new packages for Europe.
'আপোনাৰ পেকেজত হোটেল আৰু পৰিবহণৰ দাম অন্তৰ্ভুক্ত কৰা আছে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
Your package includes hotel and transportation costs.
Your package has included hotel and transportation costs.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
This package is ______
much better than the packages offered by
many more better than the packages offered by
more better than the packages offered by
very better than the packages offered by
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
If you sign up today, I will provide you with some ______
additional services completely free of cost.
additional services completely free to cost.
additional services complete free of cost.
additional services completely free from cost.
'আমাৰ উৎপাদন অন্য উৎপাদনৰ প্ৰতিযোগিতাত এনে নহয় যে মাত্ৰ কম দামত পোৱা যায়, ইয়াৰ ভাল বৈশিষ্টতাও আছে .' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
Our product is not just available at a lower price as compared to other products, but is also better in terms of the quality.
Our product is not just available at a lower price as compare to other products, but is also better in terms of the quality.
'আমাৰ সকলো পৰিকল্পনাত কিছুমান বিশেষ লাভ আছে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
All our plans include some special benefits.
Every of our plans include some special benefits.
'আমাৰ দাম অন্য কোম্পানীতকৈ বহুত কম.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
Our prices are much lower than other companies.
Our prices are more less than other companies.
'যদি আপুনি দহটাতকৈ বেছি কিনে, তেতিয়া মই আপোনাক ৰেহাই দিব পাৰিম.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
If you purchase more than 10 units, then I can offer you a discount.
If you purchase more than 10 units, then I could offered you a discount.
সংলাপ শুনক
Hello Sir, Good morning.
হেলো ছাৰ, সুপ্ৰভাত.


Good morning, who is this?
সুপ্ৰভাত, কোনে কৈছে?


Sir, I am calling from XYZ travels, I wanted to tell you about our latest packages.
ছাৰ মই XYZ travel company ৰ পৰা কৈছো, মই আপোনাক আমাৰ আটাইতকৈ নতুন পেকেজৰ বিষয়ে জনাব আছিল.


Oh, okay. So what all is included in your package?
বাৰু, তেনেহলে আপোনাৰ পেকেজত কি কি অন্তৰ্ভুক্ত?


In general, the hotel and transportation costs are included in our package. It depends on where you plan to travel, we have a special offers for different destinations.
এনেই আমাৰ পেকেজত হোটেন আৰু পৰিবহণৰ দাম অন্তৰ্ভুক্ত আছে. কিন্তু সেইটো ইয়াৰ ওপৰত নিৰ্ভৰশীল যে আপুনি ক'লৈ যাত্ৰা কৰিব বিচাৰে, বেলেগ বেলেগ অঞ্চলৰ কাৰণে আমাৰ ওচৰত বিশেষ মূল্যৱেদন আছে.


That sounds great, can we meet to discuss this?
সেইটো শুনিবলৈ ভাল লাগিছে, আমি ইয়াৰ বিষয়ে চৰ্চা কৰিবলৈ লগ কৰিব পাৰি নে?


Sure! Till then, please download our app, you will find all the details in it.
অৱশ্য! তেতিয়ালৈকে আপুনি আমাৰ app ডাওনল'ড কৰি লওঁক, আপুনি সকলো জাননী তাত পাব.


Okay, thank you.
ঠিক আছে, ধন্যবাদ.


Thank you sir, have a nice day!
ধন্যবাদ ছাৰ, আপোনাৰ দিন শুভ হওক!


সংলাপ শুনক
Hello Sir, Good morning.
হেলো ছাৰ, সুপ্ৰভাত.


Hello, good morning, who’s this?
হেলো সুপ্ৰভাত, কোনে কৈছে?


I am Suresh. I am calling from Mahesh travel agency. Is this a good time to talk?
মই মহেশ ট্ৰেভেল অভিকৰণৰ পৰা কৈছো, এইটো কথা পাতিবলৈ ঠিক সময় হয় নে?


Yes, tell me.
অঁ,কওক.


You had sent us an email for your upcoming travel. We would like to offer you a great package.
আপুনি আমাক আপোনাৰ যাত্ৰাৰ এটা email পঠিয়াইছিলে. আমি আপোনাক এটা বহুত ভাল পেকেজ দিব বিচাৰিছো.


Okay, what all will be included in that package?
বাৰু সেই পেকেজত কি অন্তৰ্ভুক্ত থাকিব?


Sir, we have included all boarding and lodging costs, the airfare, as well as all the tours. On top there is a special 20% discount for you!
চাৰ, ভোজনালয় আৰু আৱাসৰ দাম, বিমানৰ টিকেট, আৰু সকলো ফুৰণ ইয়াত অন্তৰ্ভুক্ত আছে. ইয়াৰ বাহিৰে আমি আপোনাক ২০ শতাংশ ৰেহাই দি আছোঁ!


Oh, that’s a great news! You made my day!
অহ, সেইটো বহুত বঢ়িয়া খবৰ, তুমি মোৰ দিনটো বনাই দিলা.


Have a great day Sir!
আপোনাৰ দিন শুভ হওক Sir!


প্ৰযোজ্য শব্দ চয়ন কৰক.
We are the ______
most prefer brand
most preferred brand
most preferential brand
most preference brand
=
!
শুনক
উপায়
পৰৱৰ্ত্তী শব্দ