Celebrations: Vocabulary
try Again
Tip1:hello
Lesson 277
Celebrations: Vocabulary
What does RSVP mean?
It is a request for a response from the invited people (whether they would be coming or not).
It means that the invited people should not bring any gifts with them.
যেতিয়া পাৰ্টীত প্ৰত্যেক জনে কিবা বনাই আনে, এনে পাৰ্টীক কি বুলি কোৱা হয়?
Lucky draw
Potluck
কাৰোবাৰ বিয়াৰ দিনটো কি বুলি কোৱা হয়?
Marriage day
Wedding day
যদি আপুনি কব লাগে যে আপোনাৰ বন্ধুৱে পাৰ্ট দিছে, তেনেহলে আপুনি কি বুলি কব?
My friend is throwing a party today!
My friend is taking a party today!
যেতিয়া অলপ জুই জ্বলাই তাৰ চাৰিওফালে নাচি থাকে, বা উৎসৱ পালন কৰে, তাক কি বুলি কোৱা হয়?
Barbecue
Bonfire
'আমাক আপোনাৰ ঘৰলৈ আমন্ত্ৰণ কৰা বাবে ধন্যবাদ! আমি বহুত ভাল পালো!' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
Thank you for having us over. We had a great time!
Thank you for coming over. We had a great time!
'পাৰ্টী বহুত ভাল ধৰণে আয়োজিত কৰা হৈছিল.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
The party was very well organized.
The party was very good organized.
এনে পাৰ্টীক কি বুলি কোৱা হয় য'ত মদ দিয়া হয় ?
Cocktail party
Mocktail party
আতচবাজীক ইংৰাজীত কি বুলি কোৱা হয়?
Firearms
Fireworks
মই আন্তৰিকতাৰে আপোনাক মোৰ বিয়াৰ সমাৰোহলৈ আমন্ত্ৰণ কৰিছো.
I cordially invite you to my wedding ceremony.
I cordaily invite you to my wedding ceremony.
If a party is not formal, what is it?
A shabby get together
A casual get together
গা-ভৰণ সমাৰোহক কি বুলি কোৱা হয়?
Baby shower
Baby washer
=
!
শুনক
উপায়
পৰৱৰ্ত্তী শব্দ