Do you know these Fruits?
try Again
Tip1:hello
Lesson 297
Do you know these Fruits?
'মই বজাৰৰ পৰা কমলা আনিব লাগে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
I have to buy an orange from the market.
I have to buy a lime from the market.
'মই তাইক তৰমুজ আনিব কৈছো.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
I have asked her to get melon.
I have asked her to get watermelon.
'আপুনি মধুৰিআম ভাল পায় নে?' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
Do you like guavas?
Do you like plums?
'সেই বগৰীটো বহুত স্বুৱাদু .' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
That date is very tasty.
That plum is very tasty.
'মই তাত ফল কিনিবলৈ গৈছিলো কিন্তু তাৰ ওচৰত নাচপতি নাছিল.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
I went there to buy fruits but he didn't have peaches.
I went there to buy fruits but he didn't have pears.
'তাইৰ মাকে মোৰ বাবে ডালিম আনিছিল.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
Her mother brought me pomegranates.
Her mother brought me apricots.
'তেওঁলোকৰ ওচৰত এতিয়া ছিঁৰাল নাই.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
They don't have pineapple right now.
They don't have muskmelon right now.
'মোক এক কিলো ডুমুৰ লাগে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
I want a kg of plums.
I want a kg of figs.
'মই আতলচ খাই ভাল পাওঁ.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
I like eating custard apple.
I like eating pineapple.
'আপেল কাটি বেছি দেৰীলৈকে খুলা ৰাখি থব নাপায়.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
Apples should not be kept open after they have been cutting.
Apples should not be kept open after they have been cut.
'মই খেজুৰ খাব বিচাৰিছো.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
I want to eat dates.
I want to eat figs.
'অমিতা স্বাস্থ্যৰ বাবে ভাল.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
Pineapple is good for health.
Papaya is good for health.
'নাৰিকলে ওজন কম কৰাত সহায় কৰে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
Coconuts helps in reducing weight.
Custard Apples helps in reducing weight.
'খোবানিত বিটামিন A থাকে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.
Coconuts have vitamin A.
Apricots have vitamin A.
=
!
শুনক
উপায়
পৰৱৰ্ত্তী শব্দ