কোনো ঠাইৰ বিৱৰণ দিবলৈ শিকক(part 2)
try Again
Tip1:hello
Lesson 41
কোনো ঠাইৰ বিৱৰণ দিবলৈ শিকক(part 2)
সংলাপ শুনক
Delhi is a very old and beautiful city.
There are many great restaurants in Delhi.

There is a big park on the Ring Road. You can run and walk in this park.
There are many malls in the city.

There is a famous Lotus temple on the Lotus temple road.
Delhi is the capital of India. Indians speak Hindi.
দিল্লী এখন বহুত পুৰণা আৰু সুন্দৰ নগৰ. দিল্লীত বহুত ভাল ৰেস্টোৰেন্ট আছে. ৰিং ৰোডত এখন ডাঙৰ পার্ক আছে. অাপুনি এই পার্ক খনত দৌৰিব আৰু খোজ কাঢ়িব পাৰে. নগৰখনত বহুত কেইটা মল আছে. ল'টাছ মন্দিৰ ৰোডত এটা প্রসিদ্ধ ল'টাছ মন্দিৰ আছে. দিল্লী ভাৰতৰ ৰাজধানী. ভাৰতীয়ই হিন্দী কয়.


সংলাপ শুনক
Mumbai is a big and busy city.
There are many famous beaches in Mumbai.
There is a famous Siddhivinayak temple in Mumbai.
Gateway of India is in Mumbai.
Marine drive is a famous street in Mumbai.
There are many great restaurants on Marine drive.
মুম্বাই এখন ডাঙৰ আৰু ব্যস্ত নগৰ, মুম্বাইত কেইবাখনো প্রসিদ্ধ সমুদ্র তীৰ আছে. মুম্বাইত এটা প্রসিদ্ধ সিদ্ধিবিনায়ক মন্দিৰ আছে. গেটৱে' অ'ফ ইণ্ডিয়া মুম্বাইত আছে. মেৰিন দ্রাইভ মুম্বাইৰ এটা প্সিদ্ধ ৰাস্তা. মেৰিন দ্রাইভত কেইবাখনো ভাল ৰেস্টোৰেন্ট আছে.


উপায়
Many = বহু/বহুত
Very = বহুত
'Very' সদায় কোনো বিশেষণৰ আগত ব্যৱহাৰ হয়.
eg: Very big.

There are very restaurants in Delhi ভুল.

There are many restaurants in Delhi শুদ্ধ.
পাঠত দিয়া পেৰাগ্রাফ অনুসাৰে প্রশ্নৰ উত্তৰ দিয়ক. 'Where is Marine Drive?' ;
In Mumbai
In Delhi
On Ring Road
Near Lotus Temple
পাঠত দিয়া পেৰাগ্রাফ অনুসাৰে প্রশ্নৰ উত্তৰ দিয়ক. 'Where is Lotus Temple?'
In Delhi
In Mumbai
পাঠত দিয়া পেৰাগ্রাফ অনুসাৰে প্রশ্নৰ উত্তৰ দিয়ক. 'Are there beaches in Mumbai?'
Yes
No
পাঠত দিয়া পেৰাগ্রাফ অনুসাৰে প্রশ্নৰ উত্তৰ দিয়ক. 'Is Gateway of India in Delhi?'
Yes
No
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
Marine drive is a famous ______
park
street
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
Siddhivinayak is a famous ______
beach in Mumbai
temple in Delhi
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
There are many famous ______
beaches
restaurants
সংলাপ শুনক
Paris is the capital of France. It is the most populous city of France. It is a famous tourist destination. It has a lot of museums.
পেৰিচ ফ্রান্সৰ ৰাজধানী. এইখন ফ্রান্সৰ আটাইতকৈ বেছি জনবসতি থকা নগৰ. এইখন এখন প্রসিদ্ধ পর্যটন স্থল. ইয়াত কেইবাটাও সংগ্রহালয় আছে.


'অাটাইতকৈ বেছি জনবসতিপূর্ণ নগৰ.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক).;
Most populous city.
Most famous city.
Most beautiful city.
Most noisy city.
'পেৰিচ এখন প্রসিদ্ধ পর্যটন স্থল.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক).;
Paris is a famous tourist destination.
Paris is the famous tourist destination.
Paris is a famous for tourist destination.
Paris is famous tourist destination.
'সংগ্রহালয়' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক);
Museum
Beach
Park
Temple
ইংৰাজীলৈ অনুবাদ কৰক.
পেৰিছ ফ্রান্সৰ ৰাজধানী.
=
!
শুনক
উপায়
পৰৱৰ্ত্তী শব্দ