Shopping - বস্তুৰ মূল্য জানিবলৈ শিকক
try Again
Tip1:hello
Lesson 46
Shopping - বস্তুৰ মূল্য জানিবলৈ শিকক
উপায়
How much milk? = কিমান গাখীৰ?
আমি দেখিলো যে 'How much' কোনো বস্তুৰ মাত্রাৰ বিষয়ে সুধিবলৈ ব্যৱহাৰ কৰো.
How much is this milk for? or How much does the milk cost? = গাখীৰৰ দাম কিমান?
কিন্তু, 'how much' কোনো বস্তুৰ দাম সুধিবলৈও ব্যৱহাৰ হয়.

How much is it? =এইটোৰ দাম কিমান?
'এই স্কার্টটোৰ দাম কিমান?' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক);
How many is this skirt for?
How much is this skirt for?
How much does this skirt for?
How much are this skirt for?
সংলাপ শুনক
Hello! Can I help you?
হেল্লো ! মই অপোনাক সহায় কৰিব পাৰো নেকি?


Yes, How much is this skirt here for?
হয়, এই স্কার্টটো কিমানৰ?


2000.
2000


Okay, thank you.
ঠিক আছে, ধন্যবাদ.


You are welcome.
কোনো কথা নাই.


সংলাপ শুনক 'এই জোতাযোৰৰ দাম কিমান?' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক).;
How much is these shoes for?
How many are these shoes for?
How much are this shoes for?
How much are these shoes for?
অ'ডিঅ শুনি অসমীয়াত শুদ্ধ অনুবাদ বাছক 'How much are these oranges for?' ;
কিমান সুমথিৰা আছে?
এই সুমথিৰাবোৰৰ দাম কিমান?
সেই সুমথিৰাবোৰৰ দাম কিমান?
এই সুমথিৰাটোৰ দাম কিমান?
'It's for Rupees 50.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক).;
এইটো ৫০ টকাৰ.
এইটো ৫০.
এইটো ৫০ বাৰ আছে.
এইটো ৫০ টকাৰ নহয়.
সেই জোতাযোৰ কিমানৰ?
    • How many
    • How much
    • are
    • is
    • those
    • shoes for?
    এই গাখীৰৰ দাম কিমান?
    • is
    • how much
    • this
    • these
    • milk for?
    • are
    এইটো কাপ কিমানৰ?
    • are
    • these
    • those
    • how much
    • cups for?
    • this
    সেই ছার্টটোৰ দাম কিমান?
    • that
    • this
    • how much
    • is
    • shirt for?
    • these
    উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
    How much ______
    is this
    are these
    is these
    are that
    সংলাপ শুনক
    Can I help you?
    মই আপোনাক সহায় কৰিব পাৰো নেকি?


    Yes, how much are these cups for?
    হয়, এই কাপবোৰৰ দাম কিমান?


    600.
    600


    And that tea pot? How much is that for?
    আৰু সেই চাহৰ প'টটো? সেইটো কিমানৰ?


    200.
    200


    উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
    How much ______
    is this
    is these
    is those
    are this
    ইংৰাজীলৈ অনুবাদ কৰক
    এই ঘৰটোৰ দাম কিমান?
    'How much does this cost?' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক);
    এইটো কিমানৰ?
    সেইটো কিমানৰ?
    এইটো কিমান?
    সেইবোৰ কিমানৰ?
    এই স্কার্টটো ৫০০ টকাৰ.
    • these
    • this
    • skirt
    • is for
    • rupees 500.
    • are
    সেই কাপবোৰ ৬০০ টকাৰ.
    • cups
    • that
    • those
    • are for
    • rupees 600.
    • this
    উপায়
    How much are these cups? = এই কাপবোৰ কিমানৰ?
    How much are these cups for? = এই কাপবোৰ কিমানৰ?
    দুয়োটা বাক্যৰ অর্থ একে. প্রথম বাক্য সংক্ষিপ্ত আৰু অনানুষ্ঠানিক. আপুনি for নলগোৱাকৈও দাম সুধিব পাৰে.
    Is there=অাছে তাত
    any=কোনো
    ইংৰাজীলৈ অনুবাদ কৰক
    মূল্যহ্রাস
    কিবা মূল্যহ্রাস আছে নেকি?
    • there
    • is
    • discount
    • any
    • many
    • are
    সংলাপ শুনক
    Can I help you?
    মই আপোনাক সহায় কৰিব পাৰো নেকি?


    Yes, I want a pen.
    হয়. মোক এটা কলম লাগে.


    Blue or black?
    নীলা নে ক'লা?


    How much is the black pen for?
    ক'লা কলমটো কিমানৰ?


    5.
    5


    and how much is the blue pen for?
    আৰু নীলা কলমটো কিমানৰ?


    3.
    3


    Okay, Can I have the blue one?
    ঠিক আছে, মই নীলা কলমটো পাব পাৰোনে?


    Sure.
    নিশ্চয়.


    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ