কাৰোবাক Recipe (ৰ্বিধি) বুজোৱা
try Again
Tip1:hello
Lesson 58
কাৰোবাক Recipe (ৰ্বিধি) বুজোৱা
'Step 1: কিছুমান কণী আৰু পাচলি লওঁক' 'ৰ ইংৰাজী অনুবাদ কৰা.
Step 1: Give a few eggs and some vegetables.
Step 1: Take a few eggs and some vegetables.
'Step 2: কণীবোৰক বাটি এটাত থৈ দিয়ক.' 'ৰ ইংৰাজী অনুবাদ কৰা
Step 2: Put the eggs into a bowl.
Step 2: Sprinkle the eggs into a bowl.
'Step 3: অকণমান নিমখ আৰু গোলমৰিচ ছটিয়াই দিয়ক.' 'ৰ ইংৰাজী অনুবাদ কৰা.
Step 3: Sprinkle some salt and pepper.
Step 3: Sprinkle a few salt and pepper.
প্ৰযোক্ত শব্দ বাছি খালী ঠাই পূৰণ কৰা.
______
Keep
Put on
Sprinkle
'Step 4: কণী বোৰক ঘোদালি দিয়ক.' 'ৰ ইংৰাজী অনুবাদ কৰা.
Step 4: Whisk to the eggs.
Step 4: Whisk the eggs.
'Step 5: পাছলী বোৰক ভালদৰে কাটি ল'ক.' 'ৰ ইংৰাজী অনুবাদ কৰা
Step 5: Chop the vegetables finely.
Step 5: Chopping the vegetables finely.
'চ্টেপ ৬: কাটি থোৱা পাচলি বোৰক ডীমৰ মিশ্ৰণত ঢালি দিয়ক.' 'ৰ ইংৰাজী অনুবাদ কৰা.;
Step 6: Remove the chopped vegetables from the egg mixture.
Step 6: Add the chopped vegetables to the egg mixture.
Step 6: Take the chopped vegetables to the egg mixture.
Step 6: Give the chopped vegetables to the egg mixture.
প্ৰযোক্ত শব্দ লই, খালী ঠাই পূৰ কৰা.
Step 7: Mix ______
everybody
everyone
everything
to everything
'Step 8: এখন ভাজা কেৰাহীত অকণমান মাখন গৰম কৰি ল'ক.' 'ৰ ইংৰাজী অনুবাদ কৰা.
Step 8: Heat some butter at a frying pan.
Step 8: Heat some butter in a frying pan.
'ডীমৰ মিশ্ৰণ কেৰাহীত ঢালি দিয়ক.' 'ৰ ইংৰাজী অনুবাদ কৰা.;
Step 9: Pour the egg mixture into the frying pan.
Step 9: Pour an egg mixture into the frying pan.
Step 9: Pour the egg mixture with the frying pan.
Step 9: Pouring the egg mixture into the frying pan
'Step 10: দুয়োফালে ২ মিনিটৰ কৰণে ভাজিব.' 'ৰ ইংৰাজী অনুবাদ কৰা.
Step 10: Cook each side for two minutes.
Step 10: Cooking each side for two minutes.
'Step 11: অমলেট্ আধা পৰা জাপি ল'ক আৰু গৰম বাঢ়ি দিয়ক.' 'ৰ ইংৰাজী অনুবাদ কৰা
Step 11: Slice the omelet in half and serve warm.
Step 11: Fold the omelet in half and serve warm.
ৰন্ধনবিধি
Step 1: Take a few eggs and some vegetables
Step 2: Put the eggs into a bowl
Step 3: Sprinkle some salt and pepper.
Step 4: Whisk the egg.
Step 5: Chop the vegetables finely.
Step 6: Add the chopped vegetables to the egg mixture.
Step 7: Mix everything with a fork.
Step 8: Heat some butter in a frying pan.
Step 9: Pour the egg mixture into the frying pan.
Step 10: Cook each side for two minutes.
Step 11: Fold the omelet in half and serve warm.
1.কিছুমান ডীম আৰু পাচলি ল'ক.
2.ডীমবোৰক বাটী এটাত থই দিয়ক.
3.অকণমান নিমখ আৰু গোলমৰিচ ছটিয়াই দিয়ক
4.ডীম বোৰক গোল গোল গূৰাই ঘোদাল কৰক.
5.পাছলী বোৰক ভালদৰে কাটি ল'ক.
6.কাটি থোৱা পাচলি বোৰক ডীমৰ মিশ্ৰণত ঢালি দিয়ক.
7.এটা কাঁটা-চামুচ দি সৰ্বহ মিহলাই ল'ক.
8.এখন ভাজা কেৰাহীত অকণমান মাখন গৰম কৰি ল'ক.
9.ডীমৰ মিশ্ৰণ কেৰাহীত ঢালি দিয়ক.
10. দুয়োফালে ২ মিনিটৰ কৰণে ভাজিব.
11.অমলেট্ আধা পৰা জাপি ল'ক আৰু গৰম বাঢ়ি দিয়ক.


প্ৰযোক্ত শব্দ লই, খালী ঠাই পূৰ কৰা.
Mix everything ______
from a fork
with a fork
for a fork
of a form
ইংৰাজীত অনুবাদ কৰা.
পাচলিবোৰ কাতি ল'ক.
প্ৰযোক্ত শব্দ বাছি , খালী ঠাই পূৰ কৰা.
Heat ______
a few butter
a butter
some butter
many butter
প্ৰযোক্ত শব্দ বাছি, খালী ঠাই পূৰ কৰা.
______
Putting
Put
Take
বাৰ্গাৰৰ ৰেচিপি
Slice a bun into two halves.
Mash the potato.
Add some salt and pepper.
Make a round shaped patty from this mixture.
Cook it for a few minutes.
Put it on one half of the bun.
Now, add a slice of cheese, a slice of tomato, and some lettuce.
Add some mayonnaise, and ketchup.
Cover with the other half of the bun.
Serve warm.
এটা বন দুই ভাগত কাটি লওঁক.
আলু পিটিকা বনাই লেরা.
অকমান নিমখ আৰু গোলমৰিচ মিহলাই দিয়া.
এই মিশ্ৰণটো এটা গোলাকাৰ পেটী বনাই লওঁক.
কিছু মিনিটৰ কাৰণে ভাজি লওঁক.
সৌটো বনৰ আধা ভাগত থৈ দিয়ক.
এতিয়া, পনীৰ (ছীযৰ) টুকুৰা এটা, বিলাহী টুকুৰা এটা, আৰু চলাদৰ কিচু পাত ঢালি দিয়ক.
অলপ মেয়োনেয আৰু কেছাপ ঢালি দিয়ক.
বনৰ ইটো আধা ভাগেদি ঢাকি দিয়ক.
গৰমে গৰমে পৰিৱেশন কৰক.


=
!
শুনক
উপায়
পৰৱৰ্ত্তী শব্দ