Restaurant 'ত কথা বাৰ্তা
try Again
Tip1:hello
Lesson 59
Restaurant 'ত কথা বাৰ্তা
I would like=মই ভাল পাম
a=এটা
table=মেজ
for two.=দুজনৰ বাবে
উপায়
I want = মোক লাগে
I would like = মই ভাল পাম
দুয়োটা শুদ্ধ হয় কিন্তু 'I would like' বেচি বিনম্ৰ হয়.
শুনক
Hello! Welcome to the garden restaurant.
হেলো, গাৰ্ডেন ৰেস্টোৰেন্টত আপুনাক স্বাগতম.


Hi! A table for two, please.
হায়! দুজনৰ কাৰণে টেবুল.


Inside or outside?
ভিতৰত নে বাহিৰত?


Outside, please.
বাহিৰত.


উপায়
Hi! A table for two, please, = হায়! দুজনৰ কাৰণে টেবুল.
ইংৰাজীত, কোনো বিনতিৰ পিছত, please লগোৱা ৱিনম্ৰ আৰু ভাল হয়.
=
প্ৰযোক্ত শব্দ বাছি, খালী ঠাই পূৰণ কৰা.
______
I like
I would like
I am like
I want to like
প্ৰযোক্ত শব্দ বাছি, খালী ঠাই পূৰ কৰা.
A table ______
from
with
for
'আপুনি অৰ্ডাৰ দিবলৈ সাজু হল নেকি?' 'ৰ ইংৰাজী অনুবাদ কৰা.;
Is you ready to order?
Are you ready to order?
Are you ready to ordering?
Are you are ready to order?
'হয়, মই এটা চালাদ আৰু মাশৰুম পাস্তা খাই ভাল পাম.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰা.;
Yes, I would like a salad and a mushroom pasta.
Yes, I like a salad and a mushroom pasta.
Yes, I would like a salads and a mushroom pastas.
Yes, I would like a salad or a mushroom pasta.
শুনক
Hello! A table for five, please.
হেল্লো, পাচ জনৰ কাৰণে টেবুল.


Certainly. Are you ready to order?
নিশ্চয়, আপুনি অৰ্ডাৰ দিবলৈ সাজু আছে নেকি?


Yes, I would like a portion of the lemon rice and some coke, please.
হয়, মই এক প্লেট নেমু চাউল আৰু অলপ কোক ভাল পাম.


Sure!
নিশ্চয়!


প্ৰযোক্ত শব্দ লৈ, খালী ঠাই পূৰ কৰক.
I would like ______
a
some
much
প্ৰযোক্ত শব্দ লৈ, খালী ঠাই পূৰ কৰক.
Would you like anything to ______
drink?
drinking?
be drink?
প্ৰযোক্ত শব্দ লৈ, খালী ঠাই পূৰ কৰা.
Would you like ______
any
some
anyone
anything
মই বাটাৰ পনীৰৰ এক প্লেট পালে ভাল পাম.
    • would like
    • a portion
    • of
    • butter paneer.
    • I
    উপায়
    A portion/ A serving = এক প্লেট
    A portion of daal makhni = এক প্লেট দাল মাখনী
    'Main parts of the meal'^~^'typefacestyle'
    starter / appetizer যিকোনো খাদ্য পদাৰ্থৰ প্ৰথম ভাগ, যত
    main course যিকোনো খাদ্য পদাৰ্থৰ মুখ্য ভাগ যত
    dessert মিঠাই - খোৱাৰ অন্তিম ভাগ
    প্ৰযোক্ত শব্দ লৈ, খালী ঠাই পূৰ কৰক.
    What ______
    are you like
    you like
    would you like
    প্ৰযোক্ত শব্দ লৈ, খালী ঠাই পূৰ কৰক.
    ______
    Would you like
    Would you are like
    Are you like
    প্ৰযোক্ত শব্দ লৈ, খালী ঠাই পূৰ কৰক
    Would you like ______
    few
    some
    প্ৰযোক্ত শব্দ লৈ, খালী ঠাই পূৰ কৰক
    The pizza ______
    are
    is
    প্ৰযোক্ত শব্দ লৈ, খালী ঠাই পূৰ কৰক
    I would like an ice cream ______
    for dessert
    on dessert
    শুনক
    Hello, Are you ready to order?
    হেলো, আপুনি অৰ্ডাৰ দিবলৈ সাজু আছে নে?


    Yes, I would like a portion of pasta for the main course.
    হয়, মই এক প্লেট পাস্তা খাবলৈ ভাল পাম.


    Sure! Some garlic bread with it?
    নিশ্চয়, তাৰ লগত অলপ গাৰ্লিক ব্ৰেড?


    No thanks, just the pasta.
    নহয়, ধন্যবাদ, অকল পাস্তা.


    Certainly! What would you like for dessert?
    নিশ্ছিত ৰূপে! আপুনি মিঠাইত কি ভাল পাব?


    I would like a slice of the chocolate cake for dessert.
    মই মিঠাইত ছকলেট কেকৰ টুকুৰা এটা ভাল পাম.


    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ