Simple Past - অতীত কাল
try Again
Tip1:hello
Lesson 70
Simple Past - অতীত কাল
The weather=বতৰ
was=আছিল
good=ভাল
They=সিহঁত / তেখেত
were=আছিল
at='ত
home=ঘৰ
উপায়
I am tired now = মই এতিয়া অৱশ হৈ আছোঁ
Now = এতিয়া (বৰ্তমান সময়ত)
ইয়াত বৰ্তমান সময়ৰ কথা কোৱা হৈছে, সেই বাবে am 'ৰ ব্যবহাৰ হৈছে: মই এতিয়া অৱশ হৈ আছোঁ
Am বৰ্তমান কাল হয় (Present Tense)
I was tired last night = মই কালি ৰাতি অৱশ হৈ আছিলো
Last night =কালি ৰাতি (যোৱা), ভূত কাল দেখায়, যি সময় শেষ হৈ গল সেই বাবে was 'ৰ ব্যবহাৰ হয়. মই কালি ৰাতি অৱশ হৈ আছিলো, এই কথা আগত হৈ গল.
Was - ভূত কাল হয় (Past Tense)
উপায়
You are late = আপুনি দেৰিকৈ আহিছে
'Are' 'ৰ ব্যবহাৰ বৰ্তমান সমযৰ বাবে কৰা হয়
আপুনি দেৰিকৈ আহিছে ইয়াত বৰ্তমান সময়ৰ কথা কোৱা হৈছে, সেই বাবে, 'are' 'ৰ ব্যবহাৰ হব.
You were late yesterday = আপুনি দেৰিকৈ আহিছিল
Yesterday = কালি (যোৱা), ভূত কাল দেখায়, যি সময় শেষ হৈ গল সেই বাবে 'were' ব্যবহাৰ হব.
আপুনি দেৰিকে আহিছিলে, এই কথা আগতে হৈ গল 'was/were' - ভূত কাল হয়(Past Tense)
প্ৰযোক্ত শব্দ লৈ, খালী ঠাই পূৰ কৰক.
He ______
was
is
were
are
প্ৰযোক্ত শব্দ বাছি খালি ঠাই পূৰ কৰক.
Why ______
were
was
is
are
প্ৰযোক্ত শব্দ লৈ, খালী ঠাই পূৰ কৰক.
They ______
was not
were not
are not
is not
প্ৰযোক্ত শব্দ লৈ, খালী ঠাই পূৰ কৰক.
Meera ______
is not
were not
was not
did not
প্ৰযোক্ত শব্দ লৈ, খালী ঠাই পূৰ কৰক.
They ______
were
was
are
did
'তুমি/আপুনি যোৱা সপ্তাহ ক'ত আছিলা/আছিল?' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
Where are you last week?
Where were you last week?
Where is you last week?
Where did you last week?
'মই নিজৰ কোঠালীত নাছিলো.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
I not was in my room.
I were not in my room.
I was not in my room.
I am not in my room.
'সিহঁত ছুটীত আছিল.' 'ৰ ইংৰাজী অনুবাদ কি হব? শুদ্ধ বিকল্প চয়ন কৰক.;
We were on a holiday.
They was on a holiday.
They are on a holiday.
They were on a holiday.
'কালি বতৰ কেনেকোৱা আছিল?' 'ৰ ইংৰাজী অনুবাদ কি হব? শুদ্ধ বিকল্প চয়ন কৰক.;
How was the weather tomorrow?
How was the weather yesterday?
How were the weather tomorrow?
How is the weather tomorrow?
'মই শুই আছিলো.' 'ৰ ইংৰাজী অনুবাদ কি হব? শুদ্ধ বিকল্প চয়ন কৰক.;
I was sleeping.
I were sleeping.
I am sleeping.
I was sleep.
ইংৰাজীত অনুবাদ কৰক.
সিহঁত কালি বহুত ব্যস্ত আছিল.
ইংৰাজীত অনুবাদ কৰক.
আপোনাৰ দেউতা অভিযন্তা আছিল নেকি?
ইংৰাজীত অনুবাদ কৰক.
সি এজন বেয়া মানুহ আছিল.
পৰীক্ষা কঠিন আছিল.
    • The exam
    • were
    • was
    • are
    • difficult.
    ঋষি সংগীত সবাহত আছিল নেকি?
    • Were
    • Was
    • Rishi
    • at
    • on
    • the concert?
    বৰ্তমান কাল ভূত কাল
    i am was
    he is was
    she is was
    you are were
    we are were
    they are were
    উপায়
    Am, is = Was
    'Am' অাৰু 'Is' 'ৰ ব্যবহাৰ বৰ্তমান কালত কৰা হয় যি ভূত কালত 'was' 'ত পৰিবৰ্ত্তিত হৈ যায়.
    Are = Were
    'Are' 'ৰ ব্যবহাৰ বৰ্তমান কালত কৰা হয়. অাৰু ভূত কালত 'were' 'ৰ ব্যবহাৰ কৰা হয়.
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ