Simple Past - প্ৰশ্ন
try Again
Tip1:hello
Lesson 74
Simple Past - প্ৰশ্ন
Were=আছিলা/আছিলে নেকি?
they=সিহঁত/তেওঁলোক
busy=ব্যস্ত
Did=কি
you=তুমি
understand=বুজিছিলা
উপায়
সিহঁত কালি ব্যস্ত আছিল নেকি? = Were they busy yesterday?
সাধাৰণ ভূত কালৰ প্ৰশ্নবোধক বক্যত যদি ক্ৰিয়া নাই তেতিয়া এনবোৰ বাক্য was/were পৰা আৰম্ভ হয়
He/She - Was
They/we - Were
তুমি কালি ৰাতি টিভি চালা নেকি? = Did you watch TV last night?
ভূত কালৰ এনেবোৰ প্ৰশ্নবোধক বাক্য যত ক্ৰিয়া আছে সেইবোৰ 'did' 'ৰ পৰা আৰম্ভ হয় আৰু ক্ৰিয়াৰ বৰ্তমান ৰূপেই ব্যবহাৰ কৰা হয়.
past simple past simple (interrogative)
they went out did they go out?
i bought a pen did i buy a pen?
we saw her did we see her?
she played hockey did she play hockey?
they were outside were they outside?
i was sick was i sick?
he was at home was he at home?
'তুমি খেল জিকিছিলা নেকি?' 'ৰ ইংৰাজী অনুবাদ কি হব? শুদ্ধ বিকল্প চয়ন কৰক.;
Did you won the match?
Did you win the match?
Were you win the match?
Were you won the match?
'তাই কালি অফিছলৈ গৈছিলে নেকি?' 'ৰ ইংৰাজী অনুবাদ কি হব? শুদ্ধ বিকল্প চয়ন কৰক.;
Did she go to the office yesterday?
Did she went to the office yesterday?
Was she go to the office yesterday?
Was she went to the office yesterday?
'সিহঁত কালি তোমাৰ ঘৰত আছিল নেকি?' 'ৰ ইংৰাজী অনুবাদ কি হব? শুদ্ধ বিকল্প চয়ন কৰক.;
Was they at your place yesterday?
Did they at your place yesterday?
Were they at your place yesterday?
Did they were at your place yesterday?
'তুমি যোৱা গ্ৰীষ্মকালত ছুটীত গৈছিলা নেকি?' 'ৰ ইংৰাজী অনুবাদ কি হব? শুদ্ধ বিকল্প চয়ন কৰক.;
Did you go on a holiday last summer?
Did you went on a holiday last summer?
Were you go on a holiday last summer?
Were you went on a holiday last summer?
'তুমি পাৰ্টী উপভোগ কৰিলা নে?' 'ৰ ইংৰাজী অনুবাদ কি হব? শুদ্ধ বিকল্প চয়ন কৰক.;
Did you enjoyed the party?
Was you enjoy the party?
Were you enjoyed the party?
Did you enjoy the party?
'ৰ ইংৰাজীত অনুবাদ কৰক.
তেওঁলোকে গাড়ী কিনিলে নে?
ৰ ইংৰাজীত অনুবাদ কৰক.
সিহঁত স্কুলত আছিল নেকি?
ৰ ইংৰাজীত অনুবাদ কৰক.
সিহঁতে আমাক ভাল পাইছিল নেকি?
আমি তাইক লগ পাইছিলো নেকি?
    • did
    • her?
    • meet
    • we
    • met
    • was
    তোমাৰ তাইৰ নাম মনত আছিল নেকি?
    • you
    • remembered
    • did
    • were
    • remember
    • her name?
    সিহঁত কালি অনুপস্থিত আছিল নেকি?
    • wes
    • they
    • were
    • absent
    • yesterday?
    • did
    প্ৰযোজ্য শব্দ লৈ খালি ঠাই পূৰ কৰক.
    ______
    Did
    Do
    Was
    Were
    প্ৰযোজ্য শব্দ লৈ খালি ঠাই পূৰ কৰক.
    ______
    Was
    Were
    Do
    Did
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ